Breaking

চাৰি বন্ধুৰ মহামিলনৰ বিৰল দৃশ্যই আল্পুত কৰিছে ৰাইজক…

0 104

দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ প্ৰাক্তন কটনিয়ান উৰুখা পঁজাত কটোৱা জীৱন সংগ্ৰামৰ বাতৰি সম্প্ৰচাৰ পাছতেই প্ৰশান্ত বৰঠাকুৰৰ কাষত আজি উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যসহ দুই সহপাঠীৰ। বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্পচাৰৰ পিছতেই উপস্থিত হয় দুই সতীৰ্থ। সুদীৰ্ঘ ৪৪ বছৰৰ পিছত চাৰিজন সহপাঠী পুনৰ মিলনে অতীতত একেলগে কটোৱা সময়ৰ মূহুৰ্তৰ ম্মৃতিক লৈ হৈ পৰিল নষ্টালজিক।

উৰুখা পঁজাত দুৰ্বিসহ জীৱন কটাৱো উচ্চ শিক্ষিত বৰঠাকুৰক তাৎক্ষণিকভাৱে যাৱতীয় সুবিধাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যসহ দুই সহপাঠী। চাৰি বন্ধুৰ মহামিলনৰ বিৰল দৃশ্যই আল্পুত কৰিলে সকলোকে।

Leave A Reply