Breaking

দিনৰ ১০.৩০ বজাত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, এইবাৰ স্থান অথবা ষ্টেণ্ডৰ ব্যৱস্থা নাথাকে

0 24

আজি ঘোষণা হ’ব বহু প্ৰতীক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

দিনৰ ১০.৩০ বজাত ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল।

আনহাতে এইবাৰ স্থান অথবা ষ্টেণ্ডৰ ব্যৱস্থা নাথাকে।

১০ টাকৈ ৱেৱচাইটত উপলব্ধ হ’ব ফলাফল।

ছেবাই মুকলি কৰা ১০টা ৱেবছাইটকেইটা হ’ল-

resultsassam.nic.in

www.indiaresults.com

www.results.shiksha

exametc.com

www.schools9.com

assamresult.in

www.jagranjosh.com

www.assam.shiksha

www.vidyavision.com

Leave A Reply