Breaking

বিলাসীপাৰা শিক্ষক সন্মিলনী তথা মহকুমা শিক্ষা উপ পৰিদৰ্শক আৰু শিক্ষা বিষয়াৰ উদ্বোগত প্ৰাথমিক শিক্ষাৰ অৱসৰ প্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ পুনৰ মিলন সমাৰোহ…

0 130

বিলাসীপাৰা শিক্ষক সন্মিলনী তথা মহকুমা শিক্ষা উপ পৰিদৰ্শক আৰু শিক্ষা বিষয়াৰ উদ্বোগত আজি প্ৰাথমিক শিক্ষাৰ অৱসৰ প্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ পুনৰ মিলন সমাৰোহ অনুষ্ঠিত হৈ যায়৷ স্থান ৯৪নং হাকামা জেবি প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণ৷উক্ত বিদ্যালয়ৰ চাৰিওপিনে সজ্জিত কৰা তোলা হয়৷

সভা পৰিচালনা কৰে অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আমিনুল ইচলামে৷ ৰুপকোৱৰ জ্যোতিপ্ৰসাদ প্ৰসাদ আগৰৱালাৰ গীতেৰে সভা আৰম্ভ কৰা হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছোৰহাব আলীয়ে৷আদৰণি ভাষণেৰে সকলোক আদৰে শ্ৰী বিঞ্চু চৰন নাথে৷উক্ত ধুবুৰী’ গোৱালপাৰা আৰু বিলাসীপাৰাৰ পৰা উপস্থিত থকা বিষয়া কৰ্মচাৰী’ শিক্ষক সকলোক ফুলাম গামোচা’জাপি আৰু মানপত্ৰৰে সমভাষণ জনোৱা হয়৷অৱসৰ লোৱা ৪২জনক সন্মান জনোৱা হয়৷সময় নামৰ স্মৃতি গ্ৰন্থ এটি উন্মোচন কৰা হয়৷ সমপাদক অহিদখান (পেৰিচ)গ্ৰন্থখনৰ ৬০পৃষ্টাৰ আছিল৷


বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন

Leave A Reply