Breaking

কমলপুৰৰ নিৰ্বাচনী প্ৰচাৰত যোৱা ই ৰিক্সা চালকে লাভ নকৰিলে এটকাও পইচা ! ৰঙিয়া আৰক্ষীৰ সহায় বিচাৰি থানা চৌহদত ভিৰ ২শতাধিক ই ৰিক্সা চালকৰ…

0 17

বিজেপিৰ মিটিংত ভাড়া কৰি নিয়া ই ৰিক্সাই নাপালে ভাড়া ।

500 টকাকৈ দিম বুলি ভাড়া কৰিছিল প্ৰায় 200 খন ই ৰিক্সা ।

কমলপুৰৰ দগাওত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ৰঙিয়াৰ পৰা গৈছিল প্ৰায় ২০০ খন ই ৰিক্সা ।

কমলপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত যোৱা ই ৰিক্সা চালকে লাভ নকৰিলে এটকাও পইচা ।

সেয়ে ৰঙিয়া আৰক্ষীৰ সহায় বিচাৰি থানা চৌহদত ভিৰ কৰিছে ২শতাধিক ই ৰিক্সা চালকে ।

প্ৰাপ্য ধন নাপালে পৰিবেশ উত্তাল কৰাৰ হুংকাৰ ই ৰিক্সা চালকৰ

Leave A Reply