Breaking

আগন্তুক ৫দিনলৈ ৰাজ্যত হ’ব নেৰানেপেৰা বৰষুণ….

0 148

পুনৰ নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত প্ৰলয়ংকাৰী বানৰ

বানৰ কবলত বৰ্তমানো ৫০ লাখতকৈও অধিক লোক

আগন্তুক ৫দিনলৈ ৰাজ্যত হ’ব নেৰানেপেৰা বৰষুণ

২ জুলাইলৈ ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ

অসমত ৰেড এলাৰ্ট জাৰি কৰা হৈছে

অধিক বেয়া হ’ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ সদৰি কৰিছে এই তথ্য

Leave A Reply