Breaking

অৱশেষত উদ্ধাৰ গেলাবিল নদীত সন্ধানহীন হোৱা কিশোৰটি…

0 78

অৱশেষত উদ্ধাৰ গেলাবিল নদীত পৰি সন্ধানহীন হৈ থকা কিশোৰৰ মৃতদেহ।

  • নিশাৰ উত্তেজনাৰ পিছত আজি পুৱাৰে পৰা দেৰগাঁৱৰ গেলাবিল নৈত অভিযান চলাইছিল SDRF বাহিনীয়ে ।
  • শুকুৰবাৰে বিয়লি মাছ মাৰিবলৈ গৈ গেলাবিল নৈত সন্ধানহীন হৈছিল দেৰগাঁৱৰ বিলতীয়া শান্তিপুৰৰ নৱম শ্ৰেণীৰ ছাত্ৰ আব্দুল চুবহান আলি ।
  • কালি SDRF বাহিনী উপস্থিত নোহোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তেজনাৰ ।
  • আজি পুৱাৰ পৰা নৈত অভিযান চলাইছিল SDRF বাহিনীয়ে ।
  • অৱশেষত SDRF বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰ জনৰ মৃতদেহ ।

অঞ্চলজুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।

SDRF বাহিনীয়ে নদীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীক চমজায় দিয়ে। আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰি পৰিয়ালৰ লোকক গতাই দিব মৃতদেহ।

Leave A Reply