Breaking

অসমত কোৰোণাৰ ভয়ংকৰ ৰূপঃ কালিৰ দিনটোত মৃত্যুক সাৱটিলে ৭৭জন ৰোগীয়ে, মুঠ আক্ৰান্তৰ সংখ্যা ৫,৮০৩

0 2,038

সোমবাৰৰ দিনটোত ৰাজ্যত কোৰোণাত আক্ৰান্ত হ’ল ৫৮০৩ জন লোক।কেৱল কালিৰ দিনটোতে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে অভিলেখ সংখ্যক ৭৭ জন ৰোগীয়ে।কেৱল কামৰূপ মহানগৰ জিলাতে ১৪৮১ জন লোকৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।

Leave A Reply