Breaking

নিৰ্বাচনী টেবুলত বহি থকা অৱস্থাতে শোকাৱহ ঘটনা ৰাইজৰ দলৰ সদস্যাৰ…

0 18

শিৱসাগৰত সংঘটিত হৈছে শোকাৱহ ঘটনা।

নিৰ্বাচনী টেবুলত বহি থকা অৱস্থাতে হাৰ্ট এটেক হৈ মৃত্যু ৰাইজৰ দলৰ সদস্যাৰ।

ৰাইজৰ দলৰ সক্ৰিয় সদস্যা আছিল মৃত সংগীতা গগৈ।

আমাৰ শিৱসাগৰ সমষ্টিৰ বানমুখ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ৰাইজৰ দলৰ জ্যেষ্ঠ কৰ্মী দীপক গগৈৰ পত্নী দলৰ সক্ৰিয় সদস্যা সংগীতা গগৈ ক্ষন্তেক সময়ৰ পূৰ্বে ৰাইজৰ দলৰ অফিচত বহি থকা অৱস্থাত হাৰ্ট এটেক হৈ মৃত্যু হয়।তেখেতক শিৱসাগৰৰ প্ৰগতি নাৰ্চিং হ’মলৈ অনা হৈছিল যদিও তাৰ পূৰ্বে মৃত্যু হয়। সংগীতা গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

Leave A Reply