Breaking

ৰাজ্যত শোষিত নিৰ্যাতিত নাৰী সকলৰ সুৰক্ষা ন্যায় স্বাৰ্থত মাত মাতি অহা স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ অনুষ্ঠিত হয় সাধাৰণ সভা

0 1,075

ৰাজ্যত শোষিত নিৰ্যাতিত নাৰী সকলৰ সুৰক্ষা ন্যায় স্বাৰ্থত মাত মাতি অহা একমাত্ৰ স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছ( wariors)

ৰাজ্যৰ ভুক্তভোগী মহিলা সকলক ন্যায় দিয়া বৃহৎত স্বাৰ্থত কাম কৰি অহা একমাত্ৰ স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছ

আমি যুজাৰু যুজি যাম এই মন্তব্য স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ ৰাজ্যিক অধ্যক্ষ উৎপল শিৱমৰ


 
বিশ্বনাথ চাৰিআলি আমবাৰীত স্থিত ধৰ্মশালা প্ৰাংগণত  বিশ্বনাথ জিলাৰ  ৰাজ্যৰ আগশাৰী সৰ্ববৃহৎ  নাৰী সবলি কৰণ গ্ৰামোন্নয়ন  স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ wariors এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। অহা ৩ অক্টোবৰ ৱাৰিৱৰ্ছৰ ৰাজ্যিক দ্বি বাৰ্ষিক অধিৱেশন খন বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হ’ব এই ৰাজ্যিক অধিৱেশন সন্দৰ্ভত আলোচনা কৰা হয় এই সভাত।এই আলোচনা সভাত অংশগ্ৰহণ কৰে ৱাৰিৱৰ্ছৰ wariors ৰাজ্য কেইবাখনো জিলা সমিতিৰ লগতে আঞ্চলিক সমিতিৰ প্ৰতিনিধিয়ে।ইফালে এই সাধাৰণ সভাত অংশগ্ৰহণ কৰা ৱাৰিৱৰ্ছ ৰাজ্যিক অধ্যক্ষ উৎপল শিৱমে উপস্থিত ৰাইজক।

আমি যুজাৰু যুজি যাম শোষিত ভুক্তভোগী মহিলা সকলৰ ন্যায় দিয়া স্বাৰ্থত যিহেতু আমি ৰাজ্যত সকলোৱে অন্যায় বিৰুদ্ধে যুজঁ দিছোঁ এই যুজঁ চলি যাব বুলিও মন্তব্য কৰে।ইফালে এই সভাত উপস্থিত থাকে বিশ্বনাথ চাৰিআলি পাভৈ বিশিষ্ট সমাজ কৰ্মী তথা মানৱ দৰদী চিকিৎসক ডঃ ৰঞ্জন গগৈ।

Leave A Reply