Breaking

বিশ্বৰ আটাইতকৈ দামী চেণ্ডুইচ আমেৰিকাত কৰা হ’ল মুকলি, যাৰ দাম ১৭,৫০০ টকা

0 57

ব্যৱসায়িকভাৱে উপলব্ধ আটাইতকৈ দামী চেণ্ডুইচৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ৰখা নিউয়ৰ্কৰ চেৰেণ্ডিপিটি৩ নামৰ ৰেষ্টুৰেণ্টখনে ২১৪ ডলাৰত (১৭,৫০০ টকাৰ অলপ বেছি) অভিলেখ গঢ়ি “কুইণ্টেচেন্সিয়েল গ্ৰীল্ড চীজ” পুনৰ মুকলি কৰে।

চেণ্ডুইচটো ফ্ৰেন্স পুলমেন চেম্পিয়ন ব্ৰেডৰ পৰা তৈয়াৰ কৰা হৈছে আৰু ইয়াত বিৰল কেচিঅ’কাভালো প’ডলিকো চীজ ভৰোৱা হৈছে।

চেণ্ডুইচৰ ধাৰে ধাৰে খাব পৰা সোণেৰে ৰং কৰা হৈছে।

Leave A Reply