Breaking

ওদালগুৰি জিলাৰ সাৰেঙত প্ৰৱল বানে উটুৱাই নিলে যুৱকক

0 1,069

ৰাজ্যত কেবল পানী আৰু পানী৷নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত দৰঙৰ কলাইগাওঁ সমষ্টিৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ভালেমান গাঁও প্লাৱিত৷সাৰেং গাঁৱৰ এজন ব্যক্তিক বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত মৃত্যুক সাৱতি লবলগীয়া হয় ৩৮ বছৰীয়া পংকজ দত্তই৷৩০ খন বিচনাযুক্ত চিকিৎসালয় থকাৰ পিচতো পংকজ দত্তই চিকিৎসা নোপোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷

চাৰিওফালে পানী থকাত তথা ৰাষ্টা পদুলি সমপূৰ্ণৰূপে বিধস্ত হোৱাত উন্নত চিকিৎসাৰ পৰা বঞ্চিত বুলি গাওঁবুঢ়াই সদৰি কৰে৷ অৱশ্যে খৈৰাবাৰী আৰক্ষী থানাই মৰোনত্তৰ পৰীক্ষাৰ পিচতহে অন্তোষ্টিক্ৰীয়া সম্পন্ন কৰিব৷

Leave A Reply