Breaking

ছিপাঝাৰত SBIৰ ATMত চুৰি কাণ্ড

0 1,546

১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ছিপাঝাৰ ঘোঁৰা বান্ধাত তিনিটাকৈ এটিম চুৰি হয় । নিশা হোৱা এই চুৰি কাণ্ড ছিপাঝাৰ SBI ৰ ATM তিনিটাকৈ চুৰি হোৱা ঘটনাই সকলোকে আচৰিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত ATM ত এতিয়া লৈকে কিমান টকা আছিল জানিব পৰা হোৱা নাই যদিও গেছ কাটাৰৰ দ্বাৰা ATM লুট হয় ৷ ছিপাঝাৰ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে

Leave A Reply