Breaking

দিল্লীৰ মণ্ডীহাউচ স্থিত ‘ললিত কলা একাডেমীত’ অসমৰ ৩ চিত্ৰশিল্পীৰ শিল্পকৰ্ম প্ৰদৰ্শন…

0 75

দিল্লীৰ মণ্ডীহাউচ স্থিত “ললিত কলা একাডেমীত” ২৪ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈআয়োজিত ৰাষ্ট্ৰীয় প্ৰৰ্দশনী বাবে নিৰ্বাচিত হোৱা অসমৰ ‘গ্ৰোপ ৯০/২১’ শীৰ্ষক শিল্পপ্ৰদৰ্শনীখনত অসমৰ মুঠ ৩ জন চিত্ৰশিল্পী ক্ৰমে অতুল চন্দ্ৰ বৰুৱা,পৰেশ শইকীয়া , নীলাঞ্জনা গগৈ, ১ জন ভাস্কৰ্য শিল্পী ৰুদ্ৰাংকুৰ হাজৰিকা আৰু ৩ জন ছপাচিত্ৰ শিল্পী ক্ৰমে চন্দন বৰুৱা, চিমি দাস, চোপ্ৰিয়া সিংৰ শিল্পকৰ্ম প্ৰদৰ্শিত হৈ আছে ৷


উক্ত শিল্প প্ৰদৰ্শনীখন দেওবাৰে দিনৰ ১২.৩০ বজাত ভাৰতৰ বিশিষ্ট চিত্ৰশিল্পী ‘কবিতা নায়েৰ’ ডাঙৰীয়ানীয়ে উদ্বোধন কৰে।

Leave A Reply