Breaking

পুনৰ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত উপস্থিত ইন্দ্ৰেশ্বৰ কলিতা…

0 12


মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত ইন্দ্ৰেশ্বৰ কলিতা
পুনৰ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত উপস্থিত ইন্দ্ৰেশ্বৰ কলিতা


আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতা
আয় বহির্ভূত সম্পত্তিৰ গোচৰত অভিযুক্ত বিষয়াগৰাকী


আয়তকৈ ২০০% অধিক সম্পত্তিৰ মালিক ইন্দ্ৰেশ্বৰ কলিতা
বিগত সপ্তাহতো জেৰা কৰা হৈছিল বিষয়াগৰাকীক
আজি দ্বিতীয়বাৰৰ বাবে জেৰাৰ সন্মুখীন হ’ব শীর্ষ ACS বিষয়াগৰাকী

Leave A Reply