Breaking

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰহাত আধাৰশিলাৰ জোৱাৰ…

0 24

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰহাত আধাৰশিলাৰ জোৱাৰ। ইটোৰ পিচত সিটো আঁচনিৰ শিলান্যাস ৰহাৰ বিধায়ক শশীকান্ত দাসৰ। বৃহস্পতিবাৰে একে দিনাই সাতটাকৈ কেইবা কোটি টকীয়া আঁচনিৰ শিলান্যাস কৰে বিধায়কগৰাকীয়ে।

বৃহস্পতিবাৰে বিধায়কগৰাকীয়ে নিজ গৃহত তিনি শতাধিক লোকক বিতৰণ কৰে ৰোগাক্ৰান্ত লোকৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্যৰ চেক। ইয়াৰ পিচতে বিধায়কগৰাকীয়ে চাপৰমুখত এখন হাস্পতাল, চাপৰমুখ-কাকতিগাঁৱত ৰে’লৱে অভাৰ ব্ৰিজ আৰু ৰহাত পাঁচটাকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ’ল

Leave A Reply