Breaking

মৰিগাঁওৰ সাংস্কৃতিক দিশত আগবঢ়া এটি পৰিয়াল নাই কোনো আনুস্থানিক শিক্ষা

0 1,066

মৰিগাঁও নাওকাটা গাৱৰ এজন ব্যক্তি নাম পৱন বৰা ।এসময়ৰত অনাতাৰ কেন্দ্র পৰা অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰত গীত পৰিৱেশন কৰি ক্ষ্যাতি অর্জন তথা অনাতাঁৰ কেন্দ্ৰৰ যুৱবানী অনুষ্ঠানত কেইবাবাৰু অশংগ্ৰহন কৰা এগৰাকী শিল্পী তেওঁ কন্ঠত দিহানাম,‌ড.ভুপেন হাজৰিকা ,মহেন্দ্র হাজৰিকাৰ গীত তেওঁৰ কন্ঠত এতিয়াও সুন্দৰকৈ নিগৰি আহে। চৰকাৰী সুবিধাৰ পৰা বঞ্চিত সাংস্কৃতিক দিশত আগবঢ়া পৰিয়ালটি। তেওঁ নাপালে চৰকাৰে প্ৰদান কৰা শিল্পী পেঞ্চন।
কেৱল তেওঁয়েই নহয় তেওঁৰ একমাত্র পুত্র দিব্যজ্যোতি বৰাৰ কন্ঠইও মুগ্ধ কৰিব আপোনাক।কিন্তু নাই কোনো আনুস্থানিক সংগীত শিক্ষা। ইতি মধ্যে চছিয়েল মেডিয়াত সংগীত পৰিৱেশন কৰি নিহাৰ প্রতিম নামেৰে সকলোৰে পৰিচিত হৈ পৰিছে যুৱক জন দেউতাকৰ দৰে আছে অলেখ সপোন ।লাগে মাত্ৰ এখন মঞ্চ।

Leave A Reply