Breaking

সৌন্দৰ্য্য বৃদ্ধিত কোনবিধ খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? সুস্থ ছাল, সুস্থ মানসিক স্বাস্থ্যৰ বাবে খাওক এই চাৰি খাদ্য…

0 38

আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ বহু ধৰণৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়।আমি শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’বলৈ দিব নালাগে, নহ’লে আমি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাঁৰঁ। ইয়াৰ বাবে আমি কিছুমান বিশেষ খাদ্য খাব লাগিব। জানো আহক এই খাদ্য সমূহৰ বিষয়ে…

আমাৰ মানসিক স্বাস্থ্যৰ বাবে পুষ্টিকৰ উপাদান অতি গুৰুত্বপূৰ্ণ, যেনে ধৰক কণী, গাখীৰ, ছালমন, ব্ৰকলি দৰে খাদ্যই সহজে মানসিক চাপৰ পৰা আঁতৰি আহিবলৈ সহায় কৰে। গতিকে ভিটামিন বি ১২ যুক্ত খাদ্য নাখালে হতাশা বাঢ়িব পাৰে।

যদি আপুনি দৈনন্দিন খাদ্য তালিকাত ভিটামিন বি-১২ যুক্ত খাদ্য, যেনে কণী, গাখীৰ, ছালমন, ব্ৰকলি আদি অন্তৰ্ভুক্ত নকৰে তেন্তে আপোনাৰ ৰক্তহীনতা হ’ব পাৰে আৰু এনে পৰিস্থিতিত শৰীৰত তেজৰ অভাৱ হ’ব। তেতিয়া আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব।

আমি প্ৰায়ে হাড় শক্তিশালী কৰিবলৈ কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱ দূৰ কৰাত গুৰুত্ব দিওঁ, কিন্তু আমি পাহৰি যাওঁ যে হাড়ৰ বাবেও ভিটামিন বি ১২ সমানেই গুৰুত্বপূৰ্ণ। কণী, গাখীৰ, ছালমন, ব্ৰকলি আদি খাদ্য খাব পাৰে আপুনি।

আমাৰ শৰীৰৰ সৌন্দৰ্য্য বৃদ্ধিত কণী, গাখীৰ, ছালমন, ব্ৰকলি, তিয়হ আদিয়ে ভূমিকা পালন কৰে। এই খাদ্যই আমাৰ ছাল, চুলি আৰু নখ সুস্থ কৰি ৰখাত সহায় কৰে, যাৰ ফলত আমাৰ চেহেৰা ভাল হয়।

Leave A Reply