Breaking

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ ৰাইজৰ দলৰ উপ সভাপতিৰ গোচৰ…

0 73

ইখনৰ পিছত সিখন আৰক্ষী থানাত গোচৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে । এইবাৰ ৰঙিয়াত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল । ৰঙিয়াত আজি এজাহাৰ দাখিল কৰিলে ৰাইজৰ দলৰ উপ সভাপতি হৰেশ্বৰ বৰ্মনে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মিঞা জনগোষ্ঠী ক্লিন কৰি দিম বুলি মন্তব্য দিছিল । মিঞাই পাচলিৰ দাম বঢ়াইছে,
পাচলিৰ দাম বৃদ্ধি হোৱাক লৈ মিঞা জনগোষ্ঠীক তুচ্ছ তাচিল্য কৰাৰ অভিযোগ নেতা গৰাকীৰ ।

লগতে ৰাইজৰ দলৰ উপ সভাপতি হৰেশ্বৰ বৰ্মনে মুখ্যমন্ত্ৰীয়ে অসমত গোষ্ঠীগত বিদ্বেষৰ সৃষ্টি কৰিব বিচাৰিছে বুলি কয় ।

Leave A Reply