Breaking

বিশ্বকাপৰ গুৱাহাটীৰ ৱাৰ্মআপ মেচৰ টিকট মুকলি…

0 115

বিশ্বকাপৰ গুৱাহাটীৰ ৱাৰ্মআপ মেচৰ টিকট মুকলি। BOOKMYSHOWত উপলব্ধ ৱাৰ্মআপৰ টিকট।

২০০, ৩০০, ৫০০, ৭০০ টকাত উপলব্ধ হ’ব টিকট। চাৰিখন ৱাৰ্মআপ মেচৰ বাবে টিকট ক্ৰয় কৰিব লাগিব।

৩০ ছেপ্টেম্বৰত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হ’ব অনুশীলন মেচত। বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান অৱতীৰ্ণ হ’ব ৱাৰ্মআপ মেচত।

Leave A Reply