Breaking

অসমৰ বন্যাৰ্তৰ বাবে ১০ লাখ টকাৰ আৰ্থিক সাহায্য তীব্বতী ধৰ্মগুৰু দালাই লামাৰ

0 79

অসমৰ বন্যাৰ্তৰ বাবে ১০ লাখ টকাৰ আৰ্থিক সাহায্য তীব্বতী ধৰ্মগুৰু দালাই লামাৰ

ভয়ংকৰ বানৰ পিছত খাদ্য,পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই

গাডেন ফোডৰাং ট্ৰাষ্ট অৱ দ্য দালাই লামাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে এই সাহায্য

আৰ্থিক সাহায্যৰ বাবে তীব্বতী ধৰ্মগুৰুগৰাকীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ বলিয়া বানত এতিয়ালৈকে শতাধিক লোকে প্ৰাণ হেৰুৱাইছে

৫৫ লাখৰো অধিক লোক এই বানত আক্ৰান্ত হৈ আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰি আছে

Leave A Reply