TMCৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ মমতা বেনাৰ্জীক

বংগৰ ৰাজনীতিত ধুমুহা!

খোদ তৃণমূল কংগ্ৰেছৰ পৰা মমতা বেনাৰ্জীক বহিষ্কাৰ।

মমতা বেনাৰ্জীক বাহিৰ কৰি ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বত গঠন হ’ব প্ৰকৃত TMC।

TMCৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ মমতা বেনাৰ্জীক।

অৰূপ ৰায় হ’ব TMCৰ নতুন অধ্যক্ষ।

নতুনকৈ গঠন কৰা হ’ল TMC কমিটী, নেচনেল ৱৰ্কিং কমিটী।

TMCৰ বিদ্ৰোহী গোটৰ নেতা ঋতব্ৰত বেনাৰ্জীয়ে সদৰী কৰিছে এই সিদ্ধান্তৰ কথা।

Related Articles