Breaking

মাজবাটলৈ সুনাম কঢ়িয়াই আনিছে সপ্তম শ্ৰেনীৰ মীমাংসা কাশ্যপে

0 1,055

প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন গুৱাহাটীৰ প্ৰাগজ্যোতি চেণ্টাৰত কৰিবলৈ সক্ষম হৈছে। সৰুৰে পৰাই  মডেল প্ৰতিযোগিতাত  মডেলিঙৰ অনুশীলন আৰম্ভ কৰিছিল ৷ছাত্ৰী গৰাকীয়ে স্থানীয় বিভিন্ন মঞ্চৰ জৰিয়তে নিজৰ প্ৰতিভা প্রতিযোগিতাৰ কিড্‌ছৰ শাখাত অংশগ্রহণ বিকশিত কৰা মীমাংশা কাশ্যপৰ বাবে কৰি  ২০১৯ বৰ্ষৰ ৮ডিচেম্বৰত  উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত মিছ নৰ্থইষ্ট কিডছ মিছ শৰাইঘাট ইণ্ডিয়া ,নেশ্বনেল ডিভা ২০১৯উইনাৰৰ খিতাপ অর্জন প্রতিযোগিতাত অংশগ্ৰহণ কৰি কৃতিত্ব কৰি ওদালগুৰি জিলা বাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷মীমাংশা কাশ্যপে খিতাপ অর্জনেৰে নিজৰ দক্ষতা প্রতিপন্ন কৰিছে ৷কাশ্যপে  (১২ ) পুনৰ সৌন্দৰ্য সক্ষম হোৱাৰ পিছত যোৱা ২৩ জানুৱাৰীত  মিছ কিডছ ইণ্ডিয়া প্রতিযোগিতাত অংশগ্ৰহণ কৰি ইন্টাৰনেশ্বনেল ষ্টাৰ আইকন মিছ ৱল্ডৰ খিতাপ অৰ্জনেৰে পুনৰবাৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

গুৱাহাটীৰ প্ৰাগজ্যোতিষ  প্রেক্ষাগৃহত ২০২২বৰ্ষৰ  ২৩ জানুৱাৰীত অনুষ্ঠিত হোৱা  প্রতিযোগিতাত অংশগ্ৰহণ কৰি মীমাংশা কাশ্যপে  আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷অহা অক্টোবৰ মাহত ডুবাইত  অনুষ্ঠিত হ’ বলগীয়া ইণ্টাৰনেচনেল ইউনিভাৰ্ছ কিছু প্রতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। ওদালগুৰি জিলাৰ ৭০নং মাজবাট বিধান সভা সমষ্টি তথা মাজবাট ৰাজহ চক্ৰৰ অধীনস্থ  ওদালগুৰি মহকুমাৰ অন্তৰ্গত ধনশ্ৰী টি কোম্পানীৰ  বাহিপুখুৰী চাহ বাগিচা নিৱাসী  ধৰ্মেশ্বৰ গোৱালা  আৰু  মামু গোৱালা  জীয়াৰী তথা হাবিগাওঁৰ খ্ৰীষ্টজ্যোতি  বিদ্যালয়ৰ  সপ্তম শ্ৰেণীৰ ছাত্রী। মীমাংশা কাশ্যপে সৰুৰে পৰা নিজৰ পাৰদৰ্শিতাৰে সৌন্দৰ্য প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰি ডুবাই  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰা  সমগ্ৰ মাজবাট বাসীৰ লগতে জিলা বিভিন্ন  অঞ্চলৰ ৰাইজে আশীর্বাদ সহ ,আন্তৰিক অভিনন্দন জনোৱাৰ লগতে  শুভেচ্ছা জ্ঞাপন কৰি শলাগ লৈ প্ৰশংসা কৰিছে ৷মীমাংসাই  বৰ্তমাৰ মাজবাটৰ  মালেছিয়া কাশ্যপৰ  তত্ত্বাৱধানত মডেলিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

Leave A Reply