Breaking

আজি সংবিধান দিৱস

0 2,282

আজি দেশে পালন কৰিছে সংবিধান দিৱস । সংসদৰ কেন্দ্ৰীয় কক্ষত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । অনুষ্ঠানত ভাষণ দি বিৰোধী ৰাজনৈতিক দল সমুহক তুলাধুনা প্ৰধানমন্ত্ৰীৰ । বিভিন্ন ৰাজনৈতিক দলত গা কৰি উঠা পৰিয়ালতান্ত্ৰিক ব্যৱস্থা গণতন্ত্ৰৰ বাবে বিপদজনক বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ।

Leave A Reply