Breaking

আজি ত্যাগ আৰু ভাতৃত্ববোধৰ উত্‍সৱ ঈদ- উজ-জোহা, নহয় সমূহীয়া নামাজ

0 1,258

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ দেশত কোৰোণাৰ মহামাৰীৰ সংহাৰ অব্যাহত আছে। কোৰোণাৰ ফলত অসমৰ লগতে দেশবাসীয়ে  বঞ্চিত হৈছে বিভিন্ন উত্‍সৱ উদযাপনৰ পৰা। আজি ইছলামধৰ্মী লোকসকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ পবিত্ৰ উত্‍সৱ ঈদ। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ঈদত নহয় সামূহীয়া নামাজ। কৰোণাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে নীতি নিয়ম মানি ঘৰতে নামাজ পঢ়াৰ বাবে জনসাধাৰণক আহ্বান জনাইছে।

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

Leave A Reply