March 31, 2024 আজি ৩১ মাৰ্চ ! যান-বাহনৰ কৰ পৰিশোধ নকৰা লোকসকলক কৰ পৰিশোধৰ নিৰ্দেশ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি ৩১ মাৰ্চ। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ আজি অন্তিম দিন। আজিও খোলা থাকিব পৰিবহণ বিষয়াৰ কাৰ্যালয়। যান-বাহনৰ নথি-পত্ৰ নবীকৰণৰ সুবিধাৰ্থে খোলা থাকিব কাৰ্যালয়। যান-বাহনৰ কৰ পৰিশোধ নকৰা লোকসকলক কৰ পৰিশোধৰ নিৰ্দেশ। Author: দৈনন্দিন বাৰ্তা Related Articles অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰ গোচৰত আৰু তিনিজন আটক দৈনন্দিন বাৰ্তা - August 16, 2026 ‘মিছন সদ্ভাৱনা’ৰে পেণ্ডিং ফাইল নিষ্পত্তি, বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি দৈনন্দিন বাৰ্তা - August 15, 2026