Breaking

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ আজি প্ৰথমখন খেল

0 2,037

চেন্নাইৰ ঐতিহাসিক এম এ চিদাম্বৰম ষ্টেডিয়ামত আজি অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল ।

খেলখন পুৱা চাৰে ৯ বজাত আৰম্ভ হৈছে । এইখন খেল হৈছে কৰোনা মহামাৰীৰ বাবে প্রায় এবছৰৰ ব্যৱধানত ভাৰতত অনুষ্ঠিত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্রিকেট খেল।

Leave A Reply