Breaking

আজি ভাৰত-অষ্ট্ৰেলিয়া প্ৰথমখন এদিনীয়া ক্ৰিকেট মেচ…

0 56

আজি ভাৰত-অষ্ট্ৰেলিয়া প্ৰথমখন এদিনীয়া ক্ৰিকেট মেচ।

ছিয়া কাপত খিতাপ অৰ্জনেৰে উজ্জীৱিত টীম ইণ্ডিয়া।

মোহালিত ৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল।

প্ৰথম দুখন মেচত ভাৰতীয় দলটোক নেতৃত্ব দিব কে এল ৰাহুলে।

আনহাতে দললৈ ঘূৰি আহিছে ৰবিচন্দ্ৰন অশ্বিন।

Leave A Reply