Breaking

আজি পৱিত্ৰ ঈদ উল ফিতৰ।ঈদ মানেই আনন্দৰ দিন…

0 86

ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ধুবুৰীতো উলহ মালহেৰে ঈদৰ নামাজ আদায় কৰা হয় । পুৱা ৮ বজাত প্ৰায় ২০ হাজাৰতকৈও অধিক ইছলাম ধৰ্মালম্বী লোকৰ সমাবেশেৰে অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ ।

ঈদৰ বিশেষ নামাজ আৰু খুৎবা পাঠ কৰাৰ অন্তত ইমামে ঈদ-উদুল ফেতৰৰ তাৎপৰ্য বৰ্ণনা কৰাৰ উপৰি শেষত বিশ্বশান্তিৰ লগতে সমাজত ঐক্য সম্প্ৰীতি তথা ভাতৃত্ববোধ অক্ষুণ্ণ থকাৰ আশাৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে ।

Leave A Reply