Breaking

আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিব ড০ বাণীকান্ত কাকতি বঁটা…

0 84

আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিব ড০ বাণীকান্ত কাকতি বঁটা।

HS চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীলৈ এই বঁটা।

৩৫,৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী।


৭৫% নম্বৰ লাভ কৰা ছাত্ৰক প্ৰদান কৰা হ’ব স্কুটী।

প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়েও লাভ কৰিব স্কুটী।

খানাপাৰাত অনুষ্ঠিত হ’ব বঁটা বিতৰণী অনুষ্ঠান।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব স্কুটী।

Leave A Reply