Breaking

ইউক্ৰেইনত ভাৰতীয় শিক্ষাৰ্থীৰ ওপৰত অত্যাচাৰ!

0 1,044

ইউক্ৰেইনত ভাৰতীয় শিক্ষাৰ্থীৰ ওপৰত নিৰ্মম অত্যাচাৰ! ভাৰতীয় শিক্ষাৰ্থী সকলক ইউক্ৰেইনৰ সীমা পাৰ হ’বলৈ নিদিয়াৰ অভিযোগউত্থাপন হৈছে।ভাৰতীয় শিক্ষাৰ্থীক ইউক্ৰেইনৰ সেনাই অত্যাচাৰ কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।ভাৰতীয় শিক্ষাৰ্থী সকলক ইউক্ৰেইনৰ সেনাই চোচৰাই নিয়া ভিডিঅ’ ভাইৰেল।শিক্ষাৰ্থী সকলৰ নথিপত্ৰ,পাছপ’ৰ্ট সকলো নষ্ট্ৰ কৰি দিয়াৰ অভিযোগ।তাত বৰ্তমান অসমৰো আছে বহু শিক্ষাৰ্থী।

Leave A Reply