Breaking

বৰপেটাৰ ধকুৱাত শোকাৱহ ঘটনা! বজ্ৰপাতত মৃত্যু এজনৰ…

0 1,526

বৰপেটাৰ ধকুৱাত শোকাৱহ ঘটনা৷বজ্ৰপাতত এজনৰ মৃত্যু৷বজ্ৰপাত পৰি মৃত্যু খলিলুৰ ৰহমান নামৰ এগৰাকী কৃষকৰ৷জানিব পৰা মতে পুৱা প্ৰায় ৬-৩০ বজাত মাছ মাৰিবলৈ ওলাই গৈছিল কৃষকজন৷

ঘৰৰ পিচফালে থকা ফিঙুৱা বিললৈ মাছ মাৰিবলৈ গৈছিল কৃষকজনে৷সেই সময়তে বিলখনৰ ওচৰত বজ্ৰপাত পৰাত ঢলি পৰে কৃষকজন৷লগে লগে স্থানীয় লোকে কৃষকজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷কৃষকজনৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে৷

Leave A Reply