পশ্চিম কাৰ্বি আংলঙৰ পুটশাৰীত শোকাৱহ ঘটনা ! পুখুৰীত গা ধুবলৈ গৈ ৩ ছাত্ৰীৰ সলিল সমাধি… মৰ্মাহত By দৈনন্দিন বাৰ্তা Last updated Sep 18, 2023 0 16 Share পশ্চিম কাৰ্বি আংলঙৰ পুটশাৰীত শোকাৱহ ঘটনা। পুখুৰীত গা ধুবলৈ গৈ ৩ ছাত্ৰীৰ সলিল সমাধি। ভেৰোনিকা টেৰাংপী, ছাৰোনিকা টেৰাংপী, এডৰচোনি টেৰাংপীৰ মৃত্যু। দেওবাৰে সন্ধিয়া পুখুৰীত গা ধুবলৈ গৈছিল ছাত্ৰীকেইগৰাকী। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ। ASSAM 0 16 Share