Breaking

চাপৰৰ মোৱাটাৰিস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দূৰ্ঘটনা…

0 1,589

চাপৰৰ মোৱাটাৰিস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দূৰ্ঘটনা।

দূৰ্ঘটনাত থিতাতে নিহত চালক।

চালক জনৰ নাম অজিত কুমাৰ (২৭),বিহাৰৰ বুক্সছাৰ জিলাৰ বাসিন্দা বুলি চিনাক্ত।

দূৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহন খনৰ নম্বৰ UP 65 BF 7034

জানিব পৰা মতে তীব্ৰ বেগি চাৰিচকীয়া বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথ বাগৰি পৰি এই দূৰ্ঘটনা সংঘটিত হয়।

বানাৰাসৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল গাড়ীখন।

Leave A Reply