Breaking

ধিঙত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ।

0 2,040

নগাঁও জিলাৰ ‌ধিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিটু দাসৰ নেতৃত্বত আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি ধিঙৰ শালকাটিৰ পৰা খেদি খেদি বেছামাৰী বজাৰৰ পৰা চোৰাং গৰুভৰ্তি গাড়ীসহ গাড়ী চালক আটক কৰে ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিটু দাসে।

আৰক্ষীয়ে জনোৱা মতে,গাড়ী খনত মুঠ ২৮ টা গৰু মেঘালয়ৈ নি থকা অৱস্থাত ধিং আৰক্ষীয়ে আটক কৰে। ধিং আৰক্ষীয়ে অধিক তদন্তৰ বাবে মাৰথন জেৰা অব্যাহত ৰাখিছে বুলি ধৃত চোৰাং গাড়ী চালক জনৰ ওপৰত ।

Leave A Reply