Breaking

গোৱালপাৰাৰ সুতাৰ পাৰাত টি,ভি,এছ ৰ শ্ব ৰূম মুকলি

0 2,034

গোৱালপাৰাৰ মাটিয়া আৰক্ষী থানাৰ অধীনৰ সুতাৰ পাৰা এখন অতি ভিতৰুৱা আৰু তেনেই পিছপৰা অঞ্চল | যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰা অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে মহাবীৰ টি ভি এছ কোম্পানীয়ে আজি সুতাৰ পাৰা বজাৰ প্ৰাঙ্গণত দুচকীয়া বাহনৰ শ্ব ৰূম এটা মুকলি কৰে | উল্লেখ্য যে , সুতাৰ পাৰাকে ধৰি ইয়াৰ পাৰশ্বৱৰ্তী শিমলীতোলা , নৱাগত শিমলীতোলা , হেপছা পাৰা , বৰবড়ী , গেৰুৱা , বৰপাথাৰ , জিবাৰাঙা , দিঘলী বড়ী , টিপলাই , বহতী , শালমাৰা আদি প্ৰায় অৰ্ধ শতাধিক গাঁওৰ ৰাইজে দুচকীয়া বাহন ক্ৰয় কৰাৰ বাবে দুধনৈ , কৃষ্ণাই , গোৱালপাৰা আদি ঠাইলৈ যাৱলগীয়া হৈছিল | শ্ব ৰূমটো মুকলি হোৱাৰ পিছত অঞ্চলটোৰ ৰাইজ স্বস্থিৰ নিশ্বাস পেলাইছে | উল্লেখ্য যে , মুকলি হোৱাৰ দিনাই শ্ব ৰূমটোৰ পৰা দুখনকৈ বাইক বিক্ৰি হয় আৰু এখন বাইক বুকিং হয় | 

Leave A Reply