Breaking

গঁড়ৰ খৰ্গৰ সৈতে দুজনক আটক দলগাঁও আৰক্ষীৰ

0 102

দৰঙৰ দলগাঁও আৰক্ষীয়ে গঁড়ৰ খৰ্গৰ সৈতে দুজনক আটক কৰে৷


দলগাঁও আৰক্ষীয়ে বিশেষ তদন্তকাৰী দলৰ সৈতে এক অভিযান চলাই ২•১২ কেজি ওজনৰ এটা গঁড়ৰ খৰ্গৰ সৈতে আটক কৰে সৰুপথাৰ, ৰজাপুখুৰীৰ হবিবুৰ ৰহমান আৰু চিতলমাৰী ঢেকিয়াজুলিৰ জহৰ আলী৷ শদিয়াৰ পৰা আটক কৰে হবিবুৰ ৰহমানক৷

খৰ্গটো বিক্ৰী কৰি থকাৰ পৰিকল্পনা চলি থকাৰ সময়তে আৰক্ষী আৰু বিশেষ তদন্তকাৰী দলে(SIT) দুজনক আটক কৰে৷

Leave A Reply