Breaking

ছিপাঝাৰৰ ধলপুৰ কাণ্ডক লৈ দুজনক আতক

0 2,034

আৰক্ষীয়ে আতক কৰে আচমদ আলি আৰু চান মহম্মদক দৰঙ ।অভিযুক্ত দুটাই ২৮ লাখ টকা সংগ্ৰহ আৰু হিংসাৰ উচতনিত জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ ছিপাঝাৰ আৰক্ষী থানা ৰ পৰা মঙলদৈ সদৰ আৰক্ষী থানালৈ নিয়াৰ যো জা আৰক্ষীৰ ৷দেওঁবাৰে নিশা আটক কৰে দুয়োজনকে ৷ চান মামুদ বৰ্তমান ছিপাঝাৰৰ সানোৱা গাঁও পঞ্চায়তৰ সভাপতি আছমত আলী বাজানা পথাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৷

Leave A Reply