Breaking

বাক্সাত ২৪ ঘন্টা পাৰ নহওঁতেই গ্ৰেপ্তাৰ দুই হত্যাকাৰীক…

0 32

বাক্সাত আৰক্ষীৰ তৎপৰতা। ২৪ ঘন্টা পাৰ নহওঁতেই গ্ৰেপ্তাৰ দুই হত্যাকাৰীক।

মংগলবাৰে নিশা বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত পাখামাৰাত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড।

চুৰিকাঘাত কৰি হত্যা কৰিছিল ৰমনী বৈশ্য নামৰ এজন যুৱকক। আহত হৈছিল ৰাকেশ লাহাৰী নামৰ আন এজন যুৱক।

Leave A Reply