March 16, 2023 অভয়াপুৰীত বজ্ৰপাত পৰি দুজনকৈ যুৱকৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail শোকাৱহ ঘটনা। অভয়াপুৰীত বজ্ৰপাত পৰি দুজনকৈ যুৱকৰ মৃত্যু। বজাৰলৈ গৈ থকাৰ সময়তে বজ্ৰ পৰাত মৃত্যুক সাৱটিলে দ্বীপজ্যোতি ৰায় আৰু জিন্তু কুমাৰ ৰায় নামৰ যুৱক দুজন যুৱকে। অভয়াপুৰীৰ চুকানীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles অন কেমেৰা জিলা আয়ুক্তলৈ ফোন ৰণজিৎ কুমাৰ দাসৰঃ অবৈধভাৱে ধন সংগ্ৰহ কৰা একাংশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দৈনন্দিন বাৰ্তা - August 7, 2026 পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে সন্দীপন গাৰ্গঃ জুবিন গাৰ্গ হত্যা গোচৰৰ পৰা ৰেহাই পাব নেকি সন্দীপন গাৰ্গে? দৈনন্দিন বাৰ্তা - August 7, 2026 কাটিগড়া বিধানসভা সমষ্টিৰ হৰিনগৰত শিয়ালৰ আক্ৰমণত আহত ৮ জন দৈনন্দিন বাৰ্তা - August 6, 2026