Breaking

ইউক্ৰেইনৰ দ্বাৰা ৮০০ ৰাছিয়ান সৈনিক নিহত!

0 1,092

ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে তেওঁলোকে দুয়োখন দেশৰ মাজত চলি থকা সংঘৰ্ষত প্ৰায় ৮০০ ৰাছিয়ান সৈনিক নিহত হৈছে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে লগতে কয় যে তেওঁলোকে ৩০ টা ৰাছিয়ান টেংক, ৭ খন বিমান, ৬ খন হেলিকপ্টাৰ ধ্বংস কৰিছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কৈছিল যে ৰাছিয়াৰ “ধ্বংসাত্মক গোটসমূহ” দেশখনৰ ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতিয়ে লগতে কয় যে যুদ্ধৰ প্ৰথম দিনাই কমেও ১৩৭ জন ইউক্ৰেনীয় নিহত হৈছে।

Leave A Reply