Breaking

সজাগতাৰ অপূৰ্ব নিদৰ্শন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ উমংগ হাজৰিকাৰ

0 2,036

সজাগতাৰ অপূৰ্ব নিদৰ্শন দেখুৱাই গুৱাহাটীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ উমংগ হাজৰিকাই নিজৰ সাঁচতীয়া মুদ্ৰাৰ খোলোংটি আজি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে৷ ক’ভিড মহামাৰীৰ জটিল পৰিস্থিতিত অসম চৰকাৰলৈ আগবঢ়োৱা এই আন্তৰিক অনুদানৰ বাবে মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনোৱাৰ লগতে ছাত্ৰগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে৷

Leave A Reply