Uncategorized

কি কাৰণে এইবাৰ অখিল, গৌৰৱে নামাজ নপঢ়িলে?

কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা, অসমৰ সভাপতি চিতু বৰুৱাই এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷

Nandita Garlosa: সিদ্ধান্ত সলালে নন্দিতা গাৰ্লোচাই, থাকিব বিজেপিতে

সিদ্ধান্ত সলালে নন্দিতা গাৰ্লোচাই, বিজেপিতে থাকিব তেওঁ৷ নন্দিতা গাৰ্লোচাই কংগ্ৰেছত যোগদান কৰাৰ সিদ্ধান্ত সলনি কৰিলে ৷

Sherman Ali Ahmed: মন্দিয়াৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব শ্বেৰমান আলী

মন্দিয়াৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব শ্বেৰমান আলী। মন্দিয়া সমষ্টিৰ পৰা TMCৰ প্ৰাৰ্থিত্ব লাভ শ্বেৰমান আলী আহমেদৰ।

৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ

৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ। হৰমুজ প্ৰণালী খুলি দিবলৈ ইৰানক সময় বান্ধি দিলে ট্ৰাম্পে

তিনিচুকীয়াৰ জাগুনত অসম আৰক্ষীৰ কমাণ্ড বাহিনীৰ কেম্পত গ্ৰেণেড বিস্ফোৰণ

তিনিচুকীয়াৰ জাগুনত অসম আৰক্ষীৰ কমাণ্ড বাহিনীৰ কেম্পত গ্ৰেণেড বিস্ফোৰণ । বিস্ফোৰণৰ লগতে সংঘটিত হয় গুলীচালনা।

Popular