Breaking

গুৱাহাটীত কেন্দ্ৰীয় ৰে’ল আৰু বস্ত্ৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী দৰ্শনা জাৰ্দোশ

0 2,030

গুৱাহাটীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, ৰে’ল আৰু বস্ত্ৰ মন্ত্ৰী শ্ৰীমতী দৰ্শনা জাৰ্দোশক আদৰণি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰে’লৱে বৈদ্যুতিকৰণ, ট্ৰেক দুগুণ কৰা আৰু অসমত ৰে’লপথত উৰণীয়া সেঁতু নিৰ্মাণৰ ওপৰত চিন্তা-চৰ্চা আৰু হাতীৰ সুৰক্ষাৰ বাবে দীপৰ বিল অঞ্চলত এটা উন্নত কৰিডৰৰ বাবে অনুৰোধ মুখ্যমন্ত্ৰীৰ ।যাত্ৰীসকলৰ সুবিধাৰ বাবে আগৰতলালৈকে ৰাজধানী এক্সপ্ৰেছৰ সঘনতা বৃদ্ধি কৰাৰ বিষয়েও আলোচনা কৰা কৰে।গুৱাহাটীত ভাৰতীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান স্থাপনৰ বাবে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীক অনুৰোধ জনায় যিয়ে অসমীয়া পৰম্পৰাগত পোছাকৰ চাহিদা বৃদ্ধিত সহায় কৰিব।

Leave A Reply