Breaking

খেলৰ বাবে বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মাক দুৰ্গা পূজাৰ বতৰতো দিব নোৱাৰিলে সময়, দুখতে Upset হৈ পৰিছে বিৰাটৰ পত্নী

0 9,199

বৃহস্পতিয়াৰে গুৱাহাটীত উপস্থিত হ’ল ভাৰত আৰু দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ ক্ৰিকেটাৰসকল। যিহেতু ২ অক্টোবৰত গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত হ’ব টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখল। এই খেলখত উপস্থিত থাকিব বিচিচিআইৰ সম্পাদক জয় শ্বাহ।

বৰ্ষাপাৰাৰ এই খেলখনক লৈ অতিমধ্যে অতি উৎসুকতাৰে অপেক্ষা কৰিছে অসমৰ ক্ৰীড়াপ্ৰেমীয়ে। এইবাৰ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে প্ৰত্যক্ষ কৰিব। বিৰাট কোহলীক দেখি নথৈ আনন্দিত হৈ পৰে অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজ। চেল্ফি এখন ল’বলৈ হেতাঁ‌ওপৰা বিৰাটৰ অনুৰাগীৰ মাজত।

Leave A Reply