Breaking

ইনষ্টাগ্ৰামত ৰিলচ্ বনাবলৈ শিকিছে বিৰাট কোহলীয়ে। বিৰাট-অনুষ্কাৰ নৃত্য চাওক…

0 87

ইনষ্টাগ্ৰামত ৰিলচ্ বনাবলৈ শিকিছে বিৰাট কোহলীয়ে। বিৰাট-অনুষ্কাৰ নৃত্য চাওক…! ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ এটা মৰমলগা ভিডিঅ’। এই ভিডিঅ’টোত ৰোমান্টিক দম্পতীয়ে একেলগে নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টো চাওক…

এই ভিডিঅ’টোত আপোনালোকে দেখিব বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই ইজনে সিজনৰ সংগ কি দৰে উপভোগ কৰে। বিৰাট কোহলী আৰু অনুষ্কাৰ ফটোৱে প্ৰায়ে ছ’চিয়েল মিডিয়াত মানুহৰ হৃদয় জয় কৰে। অৱশ্যে এই বলীউডৰ দম্পতীয়ে আগতে এনে নৃত্যৰ ৰিল শ্বেয়াৰ কৰা নাছিল।

Leave A Reply