অসমৰ এই ১৯ জিলালৈ সতৰ্কবাণী, মুষলধাৰ বৰষুণৰ লগতে ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা ।ৰাজ্যত বতৰে ধাৰণ কৰিব সংহাৰী ৰূপ। ১২ মে’ত ৰাজ্যৰ ১৩খনকৈ জিলাত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা।
পুনৰ ৰাজ্যৰ ১৯খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালাপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), মৰিগাঁও, শোণিতপুৰ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।