Breaking

বৰক্ষেত্ৰী সমষ্টিৰ কৰিয়াত কি ক’লে লুৰিনজ্যোতি গগৈয়ে?

0 1,034

নলবাৰী কৰিয়াত আজি ২৭মাৰ্চ ৰবিবাৰে অসম জাতীয় পৰিষদ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সহযোগত বৃহৎ যোগদান সমাৰোহ অনুষ্ঠিত হৈ যায়।আজিৰ এই বৃহৎ যোগদান সমাৰোহ অনুষ্ঠানতে বৰক্ষেত্ৰীৰ যুৱ নেতা শান্তনু কলিতাই অনুষ্ঠানিকভাবে অসম জাতীয় পৰিষদ দলত যোগদান কৰে। নলবাৰী জিলাৰ কৰিয়াস্থিত সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ প্ৰাংগণত অনুষ্ঠিত যোগদান সমাৰোহ সভাত উপস্থিত আছিল অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰিন জ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা, নগেন ডেকা, অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদ, অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান প্ৰমুখ্যে দলীয় বিষয়ববীয়াৰ উপস্থিত ত অসম জাতীয় পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে বৰক্ষেত্ৰী সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা শান্তনু কলিতাই।শান্তনু কলিতাই মন্তব্য কৰে এনেদৰে।ভাষণ প্ৰসংগত বৰক্ষেত্ৰীৰ পৰাই পঞ্চায়তৰ ৰণডংকা ঘোষণা কৰা হব বুলিও মত পোষণ কৰে দুলু আহমেদে।

আনহাতে, সাম্প্ৰদায়িক বিজেপি দল সম্পৰ্কত দুলু আহমেদে মন্তব্য কৰে এনেদৰে।আনহাতে, অসম জাতীয় পৰিসদৰ নগেন ডেকাই বিজেপি দল আৰু চৰকাৰৰ সাম্প্ৰদায়িকতা সম্পৰ্কে মন্তব্য কৰে এনেদৰে।

Leave A Reply