Breaking

কি ৰোগত আক্ৰান্ত হৈছে AIUDF প্ৰধান বদৰুদ্দিন আজমল?

0 2,093

সাংসদ বদৰুদ্দিন আজমল অসুস্থ। দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী আৱৰ্ত ভৱনত আশ্ৰয় লৈ আছে AIUDFপ্ৰধানগৰাকীয়ে। জিলা প্ৰশাসনৰ তত্বাৱধানত আছে সাংসদগৰাকী। নিশা বিভিন্ন প্ৰকাৰৰ আহাৰ গ্ৰহণ কৰাৰ বাবে শৰীৰত প্ৰভাৱ পৰাৰ সন্দেহ কৰিছে।

নিশাৰ তুলনাত বৰ্তমান স্বাস্থ্য সুস্থিৰ যদিও আৱৰ্ত ভৱনত আশ্ৰয় লৈ আছে সাংসদগৰাকীয়ে। আৱৰ্ত ভৱনত সাধাৰণ লোকৰ প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। অৱশ্যে খাদ্যত বিষক্ৰিয়া বা খাদ্যৰ সংক্ৰমণ নে আন কিবা সেয়া চিকিৎসকে পৰীক্ষা কৰাৰ অন্ততহে গম পোৱা যাব।

Leave A Reply