Breaking

প্ৰধানমন্ত্ৰী মোদীয়ে কি দেখা নাপালে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত! দেবব্ৰত শইকীয়াই দেখিলে…

0 31

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। এই সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া হৈছে-

📌এই প্ৰতিমূৰ্ত্তিটো বনোৱাৰ আগতে লাগতীয়াল গৱেষণা চৰকাৰে নকৰিলে।
📌এই প্ৰতিমূৰ্ত্তিটোত আহোম সকলৰ সাজ পোচাক সমূহক বিকৃত ৰূপ দিয়া হৈছে।
📌এই প্ৰতিমূৰ্ত্তিটোত লাচিতৰ মুখ সজ্জাৰো বিকৃত ৰূপ দেখিবলৈ পোৱা গৈছে।
📌 ৰাজ্যৰ বিভিন্ন ঠাইত থকা লাচিতৰ প্ৰতিমূৰ্ত্তি সমূহৰ লগত এই প্ৰতিমূৰ্ত্তিটোৰ ৰূপ পৃথক যেন অনুভৱ।
📌 চৰকাৰে বিসংগতি থকা এইসমূহ বিষয়ৰ ওপৰত বিবেচনা কৰি শীঘ্ৰে পুনৰ ঠিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। এগৰাকী আহোম সম্প্ৰদায়ৰ লোক হিচাপে এয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী।

Leave A Reply