Breaking

আলিয়া ভাটে গৰ্ভৱতী অৱস্থাত কোনবিধ মিঠাই খাইছিল…

0 28

বলিউদৰ অভিনেত্ৰী আলিয়া ভাটৰ গৰ্ভধাৰণৰ খবৰ যেতিয়া ওলাইছিল তেতিয়া অনুৰাগীৰ মনত বিভিন্ন ধৰণৰ কৌতুহল আৰম্ভ হৈছিল। গৰ্ভাৱস্থাত আলিয়াই কি খাইছিল, ক’ৰ পৰা আলিয়াই কাপোৰ কিনিছিল সেই বিষয়েও জানিবলৈ অনুৰাগীসকল আগ্ৰহী হৈছিল। অভিনেত্ৰী আলিয়া ভাটে ২০২২ চনৰ এপ্ৰিল মাহত অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ইয়াৰ পিছত আহে ভাল খবৰটো। সেই বছৰৰ নৱেম্বৰ মাহত কাপুৰ পৰিয়াললৈ আলিয়া-ৰণবীৰৰ কন্যা ৰাহা নামৰ এগৰাকী নতুন সদস্য আহিছিল। শেহতীয়াকৈ এগৰাকী পুষ্টিবিদে প্ৰকাশ কৰিছে যে আলিয়াই গৰ্ভাৱস্থাত মাজে মাজে এটা বিশেষ বাংলা মিঠাইৰ বাবে হাহাকাৰ কৰিছিল। ভাবিছে চাগে সেই মিঠাএটো নো কি?


গৰ্ভাৱস্থাত আলিয়াই নলেন গুড়ৰ মিঠাই খাই ভাল পাইছিল। এই মিঠাইটো খাই বহুত ভাল পাইছিল অভিনেত্ৰী আলিয়া ভাটে।

Leave A Reply